Covid-19: স্বেচ্ছাসেৱক সকলে মানিবলগীয়া নিৰ্দেশাৱলী 13 point checklist, in Assamese, to stay safe during the pandemic

14, Apr 2020 | CJP team

Covid-19 ৰ সংকটে সমগ্ৰ দেশজুৰি বহুজনক অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা বঞ্ছিত কৰিছে । তথাপিও স্বেচ্ছাসেৱকসকলে তৃণমূল পৰ্যায়ত প্ৰান্তিক জনগণৰ মাজত এই মহামাৰী সম্পৰ্কে সজাগতা সৃষ্টিৰ লগতে এই সময়ত যাতে তেওঁলোকে কোনো অভাৱ আৰু অসুবিধাৰ সন্মুখীন নহয় তাৰ নিশ্চিতি প্ৰদান কৰাটো প্ৰয়োজনীয়। যদি আপুনি ব্যক্তিগত সামৰ্থ্যৰে অথবা কোনো সংস্থাৰ সৈতে যুক্ত হৈ  স্বেচ্ছাসেৱকৰ দায়িত্ব গ্ৰহণ কৰিব খোজে ,তেন্তে তলৰ নিয়মাৱলী পালন কৰাটো জৰুৰী; যাতে এই সময়খিনিত আপোনাৰ নিজৰ লগতে আনৰ সুৰক্ষাও নিশ্চিত হয়ঃ ।

Related:

#CJPAgainstCovid: CJP maps aid to the marginalised adversely impact by the Coronavirus catastrophe 

Covid-19: guidelines for volunteers providing non-medical relief to the needy  

CJP against Hunger: Rations and essentials provided to migrant workers

CJP against Hunger: Almost 1,500 families served in one day!

CJP against Hunger: Essentials supplied to needy families from the North East

 

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Go to Top
Nafrat Ka Naqsha 2023