আতঙ্কিত নহ’ব, শান্ত থাকি কোভিড প্ৰতিৰোধ কৰক। ঘৰত থাকি কিদৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে সিজেপিয়ে প্ৰস্তুত কৰা এখন পুস্তিকা।

11, May 2021 | CJP Team

কোভিড -১৯ দ্রুতগতিত বৃদ্ধি পাই আছে লগতে চিকিৎসালয়ত বিছনাৰ নাটনি। তদুপৰি, এই ৰোগত সংক্ৰমিত প্রত্যেকৰেই প্রাতিষ্ঠানিক যত্নৰ প্রয়োজন নহয়। এই ৰোগেৰ লক্ষণসমূহ চিনাক্ত কৰি ঘৰতে থাকি কিদৰে নিজৰ শুশ্ৰূষা কৰি সুস্থ হ’ব পাৰি সেই বিষয়ে আপোনাক অৱগত কৰাৰ কাৰণে সিজেপিয়ে এই পুস্তিকাটো সংকলিত কৰিছে।

সম্পূৰ্ণ পুস্তিকাটো ইয়াতে ডাউনলোড কৰিব পাৰি।

 

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Go to Top
Nafrat Ka Naqsha 2023