
এনআৰচিৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত সঘনাই উত্থাপন হোৱা প্ৰশ্নসমূহ চিজেপি অসম গোটৰ টলফ্ৰি নম্বৰলৈ অহা প্ৰশ্নসমূহ
06, Nov 2018 | CJP Team
চিজেপি অসম গোটে এন আৰ চিৰ নাম অন্তৰ্ভুক্ত নোহোৱা ব্যক্তিসকলক দাবী-আপত্তি আবেদন প্ৰক্ৰিয়াত সহায় কৰাৰ উদ্দেশ্যে অক্টোবৰ ২০১৮ ত এটি বিনামূলীয়া টেলিফোন সেৱা মুকলি কৰে। সঘনাই উত্থাপন হোৱা কিছু প্ৰশ্নৰ তালিকা তলত দিয়া হ’ল।