Site icon CJP

আতঙ্কিত নহ’ব, শান্ত থাকি কোভিড প্ৰতিৰোধ কৰক।

কোভিড -১৯ দ্রুতগতিত বৃদ্ধি পাই আছে লগতে চিকিৎসালয়ত বিছনাৰ নাটনি। তদুপৰি, এই ৰোগত সংক্ৰমিত প্রত্যেকৰেই প্রাতিষ্ঠানিক যত্নৰ প্রয়োজন নহয়। এই ৰোগেৰ লক্ষণসমূহ চিনাক্ত কৰি ঘৰতে থাকি কিদৰে নিজৰ শুশ্ৰূষা কৰি সুস্থ হ’ব পাৰি সেই বিষয়ে আপোনাক অৱগত কৰাৰ কাৰণে সিজেপিয়ে এই পুস্তিকাটো সংকলিত কৰিছে।

সম্পূৰ্ণ পুস্তিকাটো ইয়াতে ডাউনলোড কৰিব পাৰি।